আদৰ্শ প্ৰশ্ন আদৰ্শ উত্তৰ (Aadorsh Prashna Aadorsh Uttar)
Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ
Description
১৯৭২ চনত সভ্যৰ অন্বেষণত পৃথিৱীৰ অৰ্ধাংশ পাত কৰা আমেৰিকাৰ শান্তি বাহিনীৰ। বব কোহেন নামৰ যুৱ সদস্যজনক পশ্চিম বংগৰ এখন ঐতিহাসিক চহৰে আকর্ষণ কৰে। সেই চহৰৰ শ্ৰীধাম মায়াপুৰ নামেৰে পবিত্ৰ ঠাইখিনিত এটি সৰু বাঁহৰ কুটীৰত ববে ভাৰতবৰ্ষৰ এজন মহান আধ্যাত্মিক গুৰুৰ সান্নিধ্য লাভ কৰে, যি জনে তেখেতৰ সকলো প্রশ্নৰে যথার্থ সমাধান আগবঢ়া ইছিল।
Sample Audio
Copyright © 1972, 2022, 2026 BHAKTIVEDANTA BOOK TRUST (E 5032). All rights reserved.
All content, books, digital media, website design, and software are owned by Bhaktivedanta Book Trust.
Your IP Address: 216.73.216.223
Server IP Address: 169.254.130.3