আত্ম উপলব্ধিৰ বিজ্ঞান (Aatma Upalabdhir Bigyan)
Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ
Description
সহস্র বছৰ জুৰি মনিষীসকলে শিকায় অহা কালজয়ী সেই বিজ্ঞান এই গ্রন্থ মাজত আপুনি বিচাৰি পাব। আত্ম উপলব্ধিৰ বিজ্ঞান শীর্ষক এই গ্রন্থখনত দেহৰ অন্তর্নিহিত আত্মা, বিশ্বব্রহ্মাণ্ডৰ স্বৰূপ আৰু অন্তঃস্থ আৰু বহিঃস্থ পৰমাত্মা সম্বন্ধীয় ৰহস্যৰ উন্মোচন কৰা হৈছে। অধ্যাত্ম বিদ্যাৰ অন্যতম সুপ্রসিদ্ধ গুৰুজনে এই গ্রন্থত ধ্যান আৰু আধুনিক যুগত যোগ চর্চা, কর্মফলৰ পৰা নিবৃত্তি, পৰম চেতনাৰ প্রাপ্তি আৰু অন্যান্য বিষয়ৰ ওপৰত আলোকপাত কৰিছে। এই আত্ম উপলব্ধিৰ বিজ্ঞান সাম্প্রতিক বিশ্বত তথা আপোনাৰ জীৱনত কিদৰে প্রাসংগিক সেই কথাও তেখেতে প্রমাণ কৰিছে।
Sample Audio
Copyright © 1972, 2022, 2026 BHAKTIVEDANTA BOOK TRUST (E 5032). All rights reserved.
All content, books, digital media, website design, and software are owned by Bhaktivedanta Book Trust.
Your IP Address: 216.73.216.223
Server IP Address: 169.254.130.2